পুনৰ বিতৰ্কত ভিক্টৰ দাসঃ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভিক্টৰক

পুনৰ বিতৰ্কত ভিক্টৰ দাস।

ভিক্টৰ দাসক দদৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ।

কামৰূপৰ দদৰাত উপদ্ৰৱ চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ।

ভিক্টৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে কুকুৰক।

দদৰা আৰক্ষীত দিয়া মৃন্ময় পাঠকৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ভিক্টৰ দাসক।

Related Articles