ৰঙাপৰা সমষ্টিৰ ৰাইজৰ দলৰ মনোনিত প্রাৰ্থী বিজয় তিৰ্কিৰ এক আছুতীয়া সাক্ষ্যাতকাৰ

ৰঙাপৰা সমষ্টিত নিৰ্বাচনী প্রচাৰ তুংগত উঠাৰ সময়ত ৰাইজৰ দলৰ প্রাৰ্থী তথা স্থানীয় উচ্চ শিক্ষিত যুৱক আৰু এসময়ৰ চাহ জনজাতি ছাএ সন্থাৰ প্রাক্তন  জিলা সম্পাদক বিজয় তিৰ্কিক অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল দুয়োটা প্রাৰ্থী দিয়াত কাৰ লাভা লাভ  হব বুলি জানিব বিছৰাত তেখেতে উল্লেখ কৰে যে দুয়োটা দলৰ শীৰ্ষ নেতৃত্বই বিজেপি দলক ভেটিবলৈ বহু ৰনকৌশল প্রস্তুত কৰি এই সিদ্বান্ত গ্রহন কৰি দুয়োটা দলৰ প্রাৰ্থীক নিৰ্বাচনৰ প্রতিদন্দিতা কৰাইছে । চাহ শ্রমিকৰ সমস্যা আৰু মজুৰি বৃদ্ধিৰ সমস্যা সমাধান একো নকৰিলে আৰু বৰ্তমান সেয়া ন্যায়লয়ত বিচাৰধীন অৱস্থাত আছে । পৰৱৰ্তী সময়ত এই সমুহ সমস্যা তেখেতে হৃদয়গম কৰিছে আৰু এইয়া সমাধানৰ ক্ষেএত বহু পৰিকল্পনাৰে আগবাঢ়িব বুলি উল্লেখ কৰে ।

Related Articles