জেৰাইত পঞ্চায়তৰ গাঁও সভা

ৰাজ্যখনৰ শ্ৰমজীৱী কৃষকৰ আয় বৃদ্ধিৰ জৰিয়তে তেখেতলোকৰ আৰ্থিক অৱস্থা  স্বচ্ছল কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰখনে সম্প্ৰতি এখন ধান ক্ৰয় আঁচনিৰ জৰিয়তে প্ৰতি কুইন্টল ধানক ১৯৪০ টকাৰ নিৰিখত চৰকাৰৰ অনুমোদিত ধান বিক্ৰী কেন্দ্ৰত বিক্ৰীৰ বাবে কৃষকক সজাগ কৰি তোলাৰ অৰ্থে ইতিমধ্যে পঞ্চায়তে পঞ্চায়তে গাঁও সভা অনুষ্ঠিত হৈছে। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চাবুৱা পানীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত জেৰাই পঞ্চায়তৰ এখন গুৰুত্বপূৰ্ণ গাঁও সভা ১৬ জানুৱাৰীত অনুষ্ঠিত হৈ যায়। চাবুৱা নিকটৱৰ্তী জেৰাই গাঁৱত অৱস্থিত কাৰ্যালয়ত অনুষ্ঠিত উক্ত সভাত পানীতোলা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াকে ধৰি চাবুৱা বিধায়কৰ প্ৰতিনিধিৰ লগতে চি ই অ ৰীণা মেছ, জিলা কৃষি বিষয়াকে ধৰি অন্যান্য বহু গণ্যমাণ্য লোকৰ উপৰি বহুকেইগৰাকী কৃষক  উপস্থিত থাকে।

জেৰাই পঞ্চায়তৰ সভানেত্ৰী মেদিনা মেচ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত উক্ত গাঁও সভাত কৃষৰ উৎপাদিত ধানৰ উচিত মূল্যৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বান্ধি দিয়া ১৯৫০ টকা নিৰিখত কি প্ৰক্ৰিয়াৰে অংশগ্ৰহণ কৰিব পাৰিব সেই সন্দৰ্ভত বিস্তাৰিত আলোচনা হয় গাঁও সভাখনত । এই সন্দৰ্ভত জিলা কৃষি বিষয়াকে ধৰি খণ্ড উন্নয়ন বিষয়াই 

Related Articles