Breaking

আজি বাংলাদেশৰ সাধাৰণ নিৰ্বাচন, নিৰ্বাচনৰ সময়তে বহুকেইটা ভোটকেন্দ্ৰত হিংসাত্মক ঘটনা…

0 23

আজি বাংলাদেশৰ সাধাৰণ নিৰ্বাচন৷
পুৱাৰ পৰা অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া।


পুৱাই ভোটদান কৰিলে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই।
নিৰ্বাচনৰ সময়তে ১৪টা ভোটকেন্দ্ৰ-বিদ্যালয়ত সংঘটিত হয় হিংসাত্মক ঘটনা।

Leave A Reply