ইনষ্টাগ্ৰামত ২০ কোটি অনুৰাগী থকা প্ৰথম জন ছুপাৰহিট ক্ৰিকেটাৰ বিৰাট কোহলী

RCB প্ৰাক্তন অধিনায়ক বিৰাট কোহলী এই IPL ছিজনত খেলপথাৰত ফ্লপ হোৱাৰ সম্ভাৱনা, কিন্তু তেওঁ ছ’চিয়েল মিডিয়াত হিট প্ৰমাণিত হৈছে।

বিৰাট কোহলী ইনষ্টাগ্ৰামত ২০ কোটি অনুসৰণকাৰী থকা প্ৰথম ক্ৰিকেটাৰ হ’ল।

Related Articles