Breaking

আজি ৰাজ্যৰ ৪ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ, পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ…

0 17

আজি ৰাজ্যৰ ৪ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ।

গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ, ধুবুৰীত ভোটগ্ৰহণ।

পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ।

৪ সমষ্টিৰ ৪৭জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৮১,৭৭,২০৭ ভোটাৰে।

দেশৰ ১৩ ৰাজ্যৰ ৯৪ সমষ্টিত ভোটগ্ৰহণ।

Leave A Reply