Breaking

আজি ছত্তীশগড় আৰু মিজোৰামত ভোটদান…

0 55

ছত্তীশগড় আৰু মিজোৰামত বিধানসভা নিৰ্বাচন আজি অৰ্থাৎ ৭ নৱেম্বৰ মঙলবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত।

ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজ্যখনৰ ৪০,৭৮,৬৮১ গৰাকী ভোটাৰে ২২৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

আনহাতে, মিজোৰামতো বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ৰাজ্যখনত মুঠ বিধানসভা আসনৰ সংখ্যা ৪০খন।

৮,৫১,৮৯৫গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১৭৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

Leave A Reply