তেজপুৰত আৰম্ভ মহিলাৰ বাবে পানী যোগান আচঁনি…

তেজপুৰ পৌৰ সভাৰ উদ্যোগত ৯এম এল ডি,অগ্নিগড় পানী যোগান আচঁনিৰ মহিলাৰ বাবে পানী, পানীৰ বাবে মহিলা ।

জল দিপাৱালী ২০২৩বৰ্ষ ৭ তাৰিখৰ পৰা ৯ তাৰিখৰ লৈকে তেজপুৰত আৰম্ভ কৰা হয় মহিলাৰ বাবে পানী ,পানীৰ বাবে মহিলা।

জল দিপাৱালী আৰু এই আচঁনিৰ প্ৰকল্পৰ হাতত লয় অসম চৰকাৰে আৰু লগতে ৰাজ্যত বিবিন্ন প্ৰাণতৰ লগতে শোনিতপুৰ জিলাতো ঘৰে ঘৰে পানী যোগান ধৰা হৱ বুলি যানিব পাৰি ইতিমধ্য এই আচঁনি আৰম্ভ কৰা হয় বুলি যানিব দিয়ে আৰু তেজপুৰৰ অগ্নিগড় ৯ এম এল ডি পানি যোগান আচঁনিৰ দ্বাৰা এই কাৰ্যসুচি ৰুপায়ন কৰা হয়।

Related Articles