WCL: ৱ’ৰ্ল্ড চেম্পিয়নশ্বিপ অফ লিজেণ্ড ২০২৫ৰ চতুৰ্থখন মেচ বাতিল

ৱ’ৰ্ল্ড চেম্পিয়নশ্বিপ অফ লিজেণ্ড ২০২৫ৰ চতুৰ্থখন মেচ বাতিল।(WCL)

বাতিল কৰা হৈছে ইণ্ডিয়া লিজেণ্ড-পাকিস্তান লিজেণ্ডৰ মাজৰ মেচ।


ভাৰতীয় দলৰ কেইবাগৰাকীও খেলুৱৈৰ মেচখন নেখেলাৰ সিদ্ধান্ত লয়।

হৰভজন সিং, শিখৰ ধাৱন, সুৰেশ ৰাইনাৰ মেচ নেখেলাৰ সিদ্ধান্ত লয়।

ইয়াৰে পাছতে মেচখন বাতিলৰ সিদ্ধান্ত লোৱা হয়।

কেলখনৰ সন্দৰ্ভত শিখৰ ধাৱনে কয় মোৰ দেশ মোৰ বাবে সকলো, দেশতকৈ একো ডাঙৰ নহয়।

অৱশেষত ভাৰত-পাকিস্তানৰ মেচখন বাতিল কৰাৰ সিদ্ধান্ত ল’লে WCL কর্তৃপক্ষই।

Related Articles