October 2, 2023 ‘আমাকো নালাগে মুখ্যমন্ত্ৰীৰ সহায়…’ Share FacebookTwitterWhatsAppTelegramKooEmail ‘মুখ্যমন্ত্ৰীয়ে আবোল-তাবোল বকিছে’। ‘মুখ্যমন্ত্ৰী ডাঙৰ মানুহ, সেয়ে এনেধৰণৰ কথা কৈছে’। ‘আমাকো নালাগে মুখ্যমন্ত্ৰীৰ সহায়’। ‘এতিয়া মিঞা সমাজে সিদ্ধান্ত ল’ব’। মুখ্যমন্ত্ৰীয়ে মিঞাৰ ভোট নালাগে বুলি কোৱা বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ বদৰুদ্দিন আজমলৰ। Author: দৈনন্দিন বাৰ্তা Related Articles BJP-বিজেপিৰ প্ৰাৰ্থী তালিকাত হ্ৰাস পালে মহিলা প্ৰাৰ্থীৰ সংখ্যা দৈনন্দিন বাৰ্তা - March 20, 2026 যোৰহাটত কংগ্ৰেছৰ গৌৰৱ গগৈ-বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ মাজত যুজ এখন হ’ব… দৈনন্দিন বাৰ্তা - March 20, 2026 বিশ্বনাথত অসম গন পৰিষদৰ কৰ্মীৰ সামূহিক পদত্যাগঃ পদত্যাগ বিশ্বনাথ সমষ্টি অসম গন পৰিষদৰ নেতা বসন্ত মহানন্দৰ দৈনন্দিন বাৰ্তা - March 19, 2026