October 2, 2023 ‘আমাকো নালাগে মুখ্যমন্ত্ৰীৰ সহায়…’ Share FacebookXWhatsAppTelegramKooEmail ‘মুখ্যমন্ত্ৰীয়ে আবোল-তাবোল বকিছে’। ‘মুখ্যমন্ত্ৰী ডাঙৰ মানুহ, সেয়ে এনেধৰণৰ কথা কৈছে’। ‘আমাকো নালাগে মুখ্যমন্ত্ৰীৰ সহায়’। ‘এতিয়া মিঞা সমাজে সিদ্ধান্ত ল’ব’। মুখ্যমন্ত্ৰীয়ে মিঞাৰ ভোট নালাগে বুলি কোৱা বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ বদৰুদ্দিন আজমলৰ। Author: দৈনন্দিন বাৰ্তা Related Articles দদৰাত ধান ক্ৰয় কেন্দ্ৰ উদ্বোধন বিধায়ক প্ৰকাশ চন্দ্ৰ দাসৰ দৈনন্দিন বাৰ্তা - November 3, 2026 সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ৩২টা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা; ৩০ নৱেম্বৰত ভোটগ্ৰহণ দৈনন্দিন বাৰ্তা - November 3, 2026 সাংবাদিক -লেখক- সমাজ হিতৈষী ভূপেন মহন্তলৈ ‘সত্যনিষ্ঠ সাংবাদিকতা বঁটা’ দৈনন্দিন বাৰ্তা - November 3, 2026