Breaking

অসমৰ ১ লাখ ৰাইজক লৈ যাম ৰাম মন্দিৰ দেখুৱাবৰ বাবেঃ মুখ্যমন্ত্ৰী

0 13

অসমৰ ১ লাখ জনসাধাৰণক পৱিত্ৰ ৰাম মন্দিৰ দৰ্শনৰ বাবে অযোধ্যালৈ লৈ যাম৷

চৰকাৰী খৰচত লৈ যাব অসমৰ ১ লাখ মানুহক ৰাম মন্দিৰ দেখুৱাবলৈ।

এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

লগতে মন্ত্ৰী গৰাকীয়ে কয়-ৰাম মন্দিৰ চাই বুজি পাওক যে কেনেকৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ৫০০ বছৰৰ পিছত ৰাম মন্দিৰ বনাই দিলে আমাক।

এক নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে এই মন্তব্য ৰাখে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave A Reply