Weather Update: ৰাজ্যত পুনৰ বতৰে ল’ব ভয়ংকৰ ৰূপ! কামৰূপ আৰু কামৰূপ মেট্ৰ’ত বৰষুণৰ সম্ভাৱনা

পুনৰ কামৰূপ আৰু কামৰূপ মেট্ৰ’ত বৰষুণৰ সম্ভাৱনা।(Weather Update)

অনাগত ১-২ ঘণ্টাত ঠাই বিশেষে হ’ব পাৰে বৃষ্টিপাত।

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে এই তথ্য।

দৰং-ওদালগুৰিতো বৰষুণৰ সম্ভাৱনা।

আনহাতে শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, যোৰহাট, গোলাঘাট, হোজাই, কাছাৰ, হাইলাকান্দি, নগাঁও আৰু মৰিগাঁও জিলাতো বৰষুণৰ সম্ভাৱনা।

বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert ।

Related Articles