আজি অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…

আজি অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

শিলচৰত দলীয় প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ প্ৰচাৰ চলাব মমতা বেনাৰ্জীয়ে।

দুপৰীয়া ১২ বজাত শিলচৰৰ টাউন ক্লাবৰ খেলপথাৰত হ’ব বিশাল জনসভা।

Related Articles