Breaking

পশ্চিম বংগৰ মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকক গ্ৰেপ্তাৰ…

0 59

পশ্চিমবংগৰ বনমন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকক গ্ৰেপ্তাৰ EDৰ৷
২০ ঘণ্টীয়া জেৰাৰ অন্তত মল্লিকক গ্ৰেপ্তাৰ৷


আঁচনিৰ খাদ্য সামগ্ৰী বিতৰণ কেলেংকাৰিৰ অভিযোগত গ্ৰেপ্তাৰ৷
জ্যোতিপ্ৰিয় মল্লিক খাদ্যমন্ত্ৰী থকাৰ সময়ত হৈছিল এই কেলেংকাৰি৷

Leave A Reply