গুৱাহাটীৰ আকাশত আজি দৃশ্যমান হৈছে এক আচৰ্যকৰ বগা ৰেখা। এই ৰেখাই কৌতুহল সৃষ্টি কৰিছে মহানগৰবাসীৰ মাজত। মাজ আকাশত সৃষ্টিহৈ বহু দূৰলৈকে দৃশ্যমান হোৱা ৰামধেনু সদৃশ ৰেখাৰ উৎস কি ইয়াকেলৈ চাঞ্চল্য অব্যাহত আছে।ডাৱৰৰ দৰেই বগা বৰণৰ ৰেখাদাল কোনো বিশেষ বিমানৰ পৰা নিৰ্গত ধূৱা বুলি প্ৰথমে ভবা হৈছিল যদিও গুৱাহাটীৰ বিভিন্ন স্হানৰ পৰা একেধৰনেই ৰেখাদাল প্ৰত্যক্ষ হোৱাত এয়া বিমানৰ ধূৱা নহয় বুলি নিশ্চিত কৰিছে বহু অভিজ্ঞ ব্যক্তিয়ে। বৰ্তমান অব্যাহত আছে এই আচৰ্যকৰ ৰেখাৰ উৎসৰ সন্ধান।প্ৰত্যক্ষদৰ্শী কিছুমানৰ মতে এয়া হেনো ইউএফঅ আৰু আন কিছুমানৰ মতে এয়া ৰকেট লঞ্চাৰ নতুবা যুদ্ধ বিমানো হব পাৰে।ইয়াকলৈ বিভিন্ন জনৰ বিভিন্ন মত পৰিলক্ষিত হৈছে। ইয়াকেলৈ চাঞ্চল্য অব্যাহত আছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ১৫ মে’ৰ পৰা এতিয়ালৈকে নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ ক’ত, কিমান গ্ৰেপ্তাৰ হ’ল জানেনে?
- লাহৰিঘাটৰ সৰুছলাত বিজেপি আৰু এআইইউডিএফৰ কৰ্মী কংগ্ৰেছৰ দলত আনুষ্ঠানিকভাৱে যোগদান
- গোসাঁইগাঁৱৰ শিমূলটাপু পি জি আৰ গাঁৱৰ ৭৩ টা ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান
- মহানগৰ জিলা কংগ্ৰেছৰ উদোগত খাৰঘূলিত পানীৰ পাইপ ফুটি ঘৰ বিধস্ত হোৱা ২২ টা পৰিয়ালক টিনপাত বিতৰণ
- ছ’চিয়েল মিডিয়াত ইজনে সিজনক কৰিলে আনফ’ল’, গোপনে গোপন প্ৰেমৰ ব্ৰেকআপ ছাৰা-শুভমানৰ…
- হিজাব পিন্ধি খাদ্য খোৱা যুৱতীগৰাকীৰ সমৰ্থনত দংগল অভিনেত্ৰী জাইৰা ৱাছিমে ক’লে- ‘মইও এনেকৈ খাওঁ’…
- ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
- আমেৰিকাত দুটা ছিঙৰাৰ মূল্য ৫০০ টকা। ছিঙৰাৰ মূল্যক লৈ অতিষ্ঠ ইউটিউবাৰ ড্ৰু হিক
- ৰসাল লিচু স্বাস্থ্যৰ বাবে অতি উপকাৰী, ডায়েবেটিছ ৰোগীয়ে লিচু খাব লাগে নে…
- অনুষ্কা শৰ্মাৰ ডাঙৰ সিদ্ধান্ত! এবছৰত মাত্ৰ ১খন ছবিৰ অভিনয়হে কৰিব অনুষ্কা শৰ্মাই…