আজিৰ দিনটো এক বিশেষ দিন। ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মহান অৱদান ‘জয়মতী’ আছিল প্ৰথম অসমীয়া ছবি।
১৯৩৫ চনৰ আজিৰ দিনটোতে জাতিটোক মহান কৰি তোলা ছবি জয়মতীয়ে মুক্তি লাভ কৰিছিল। এই শুভ দিনটোত ছবিখনৰ লগত জড়িত প্ৰতিজন শিল্পীক সন্মানেৰে মনত ৰখা উচিত।