Breaking

২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা কোনবোৰ কোম্পানীয়ে গাড়ীৰ দাম বৃদ্ধি কৰিব?

0 98

২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা মাৰুতি চুজুকি, টাটা মটৰ্ছ, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, হোণ্ডা, অ’ডি আৰু মাৰ্চিডিজ বেঞ্জে নিজৰ বাহনৰ মূল্য বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।

মূল্যবৃদ্ধিৰ পৰিমাণ প্ৰায় ২-৩% হ’ব বুলি অনুমান কৰা হৈছে।

টাটা মটৰ্ছে বাণিজ্যিক বাহনৰ মূল্য ৩% বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

Leave A Reply