November 29, 2023 বলিউডৰ ছুুপাৰষ্টাৰ ছলমান খানলৈ পুনৰ মৃত্যুৰ ভাবুকি কোনে দিলে… Share FacebookTwitterWhatsAppTelegramKooEmail ছলমান খানলৈ পুনৰ মৃত্যুৰ ভাবুকি। ছ’চিয়েল মিডিয়াযোগে হত্যাৰ ভাবুকি দিছে অভিনেতাগৰাকীক। নিৰাপত্তাৰ দিশটো পুনৰীক্ষণ কৰিছে মুম্বাই আৰক্ষীয়ে। ইতিমধ্যে ছলমান খানক মুম্বাই আৰক্ষীয়ে প্ৰদান কৰিছে Y-প্লাছ নিৰাপত্তা। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025 তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক দৈনন্দিন বাৰ্তা - December 13, 2025