Breaking

খালী পেটত কেঁচা নহৰু কিয় খাব লাগে? ইয়াৰ উপকাৰীতা বিষয়ে জানক…

0 229

খালী পেটত কেঁচা নহৰু কিয় খাব লাগে? নহৰুক আয়ুৰ্বেদৰ সম্পদ বুলি গণ্য কৰা হয় কাৰণ ইয়াৰ সহায়ত আমি বহুতো ৰোগৰ পৰা হাত সাৰিব পাৰো। কি কি ৰোগৰ পৰা হাত সাৰিব পাৰো-

১) ডায়েবেটিছ
কেঁচা নহৰুত এলিচিন নামৰ যৌগ থাকে, যিয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। সেইবাবেই ডায়েবেটিছ ৰোগীয়ে প্ৰতিদিনে পুৱা খালী পেটত ৪ টা কেঁচা নহৰু খাব লাগে।

নহৰুত এন্টি-অক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-কাৰচিনোজেনিক গুণ পোৱা যায়, গতিকে ৰাতিপুৱা একো নাখালে নহৰু চোবাই খালে কেন্সাৰ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব।

২. ওজন কম হ’ব
যদি আপুনি প্ৰতিদিনে ৰাতিপুৱা সাৰ পাই খালী পেটত কিছু নিমখ আৰু কেঁচা নহৰু খায়, তেন্তে আপোনাৰ ওজন অতি সোনকালে কমিব। এনে কিছুমান যৌগ ইয়াত পোৱা যায় যিয়ে শৰীৰৰ অতিৰিক্ত চৰ্বি গলিবলৈ সহায় কৰে।
৪/ হতাশা নাইকিয়া হৈ যাব
মানসিক স্বাস্থ্যৰ বাবেও নহৰু সেৱন কৰাটো প্ৰয়োজনীয়, ইয়াৰ সহায়ত আমাৰ মনটো সুস্থ হৈ থাকে আৰু ই আমাক হতাশাৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে। মানসিক চাপৰ পৰা হাত সাৰিবলৈ প্ৰায়ে কেঁচা নহৰু খোৱাৰ পৰামৰ্শ দিয়া হয়।

Leave A Reply