Breaking

আমি কিয় দৈনিক মৌচুমী খাব লাগে? মৌচুমীৰ উপকাৰিতাৰ বিষয়ে জানেনে…

0 298

মৌচুমী টেঙা সেৱন ভাৰতীয় খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংশ, এই ফলৰ আছে বহু স্বাস্থ্য উপকাৰিতা। বিশেষকৈ গ্ৰীষ্মকালত এই ফল অতি উপকাৰী। মৌচুমী খোৱাৰ ৫ টা উপকাৰ-


১/ পুষ্টিকৰ পদাৰ্থ
মৌচুমী টেঙাত ভিটামিন চি, ভিটামিন এ, আৰু ফাইবাৰ মোছাম্বিত পোৱা যায়, যিবোৰ আপোনাৰ শৰীৰৰ বাবে উপকাৰী আৰু ইয়াৰ সেৱনৰ ফলত শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ নহয়।

২/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি মৌচুমীত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু চৰ্দি, কাহ আৰু অন্যান্য ভাইৰাছজনিত ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

৩) হজম শক্তি ভাল হৈ থাকিব
মৌচুমীত ভাল পৰিমাণৰ আঁহ থাকে, যাৰ ফলত পেটৰ স্বাস্থ্য ভালে থাকে। ই হজম শক্তি উন্নত কৰে, কোষ্ঠকাঠিন্য দূৰ কৰে।

৪/ ওজন
মৌচুমী খালে ওজন নিয়ন্ত্ৰণত সহায় হয়, কাৰণ ই কম কেলৰিযুক্ত খাদ্য যিয়ে পেট আৰু কঁকালত চৰ্বি ওলমি থকাত বাধা দিয়ে। যিসকল লোকে নিজৰ ফিটনেছক লৈ চিন্তিত তেওঁলোকে মৌচুমী টেঙাৰ ৰস খাব লাগে।

Leave A Reply