Breaking

গোসাইগাঁৱৰ ভাৰত- ভূটান সীমান্তত বনৰীয়া হাতীৰ তাণ্ডৱ

0 1,066

যোৱা কালি এগৰাকী বিধৱা মহিলাৰ ঘৰৰ বয়বস্তু আৰু সামগ্ৰী তছনছ কৰিছিল বন্য হস্তীৰ দলটোৱে।ঠিক একেৰাহে যোৱা ৰাতিও বনৰীয়া হাতিৰ দলটোয়ে হলদিবাৰী গাওঁত সুমাই ৰবিলাল মাৰ্ডীৰ ঘৰ ভাঙি পেলায় আৰু বিভিন্ন সামগ্ৰীৰ ক্ষতি সাধন কৰে আনহাতে লক্ষী মাৰ্ডী নামৰ এগৰাকী বিধৱা মহিলাৰ ঘৰ জানালা ভাঙি চাউল ধানৰ লগতে আন আন সামগ্ৰীৰ ক্ষতি কৰে।আনহাতে গাওঁবুঢ়াই আৰক্ষীক জনোৱাৰ লগে লগে সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিবা প্ৰসাদ কলিতা ভুক্তভোগী পৰিয়ালৰ ঘৰত উপস্থিত হৈ আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াই।

গাঁৱবাসীয়ে কয় যে এতিয়ালৈকে বনবিভাগৰ ফালৰপৰা কোনোধৰণৰ ব্যৱস্থা লোৱা নাই ।

Leave A Reply