August 18, 2024 মুম্বাইৰ ছিয়ন হাস্পতালৰ মহিলা চিকিৎসকক আক্ৰমণ ৰোগীৰ আত্মীয়ৰ… Share FacebookTwitterWhatsAppTelegramKooEmail কলকাতাৰ নৃশংস কাণ্ডৰ ঢৌ মাৰ নাযাওতেই এইবাৰ মুম্বাইত মহিলা চিকিৎসকক শাৰিৰীকভাৱে অপদস্থ । মুম্বাইৰ ছিয়ন হাস্পতালৰ মহিলা চিকিৎসকক আক্ৰমণ ৰোগীৰ আত্মীয়ৰ। ৫-৬জনীয়া দলৰ আক্ৰমণ মহিলা চিকিৎসকগৰাকীক। Author: দৈনন্দিন বাৰ্তা Related Articles মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰা দৈনন্দিন বাৰ্তা - March 11, 2026 যোৰহাটত ১,৪৮,২৮০ জন ভোটাৰে নিৰ্ণয় কৰিব গৌৰৱ গগৈৰ ভাগ্য । কোন হ’ব বিজেপিৰ প্ৰাৰ্থী ? সৰৱ আলোচনা সমষ্টিত । Gaurav Gogoi দৈনন্দিন বাৰ্তা - March 11, 2026 উদ্বোধন হ’ব যোৰহাটবাসীৰ বহু আকাংক্ষিত এ টি ৰোডৰ উৰণীয়া সেতু , প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণৰ আহ্বান ৰাইজৰ ।Jorhat দৈনন্দিন বাৰ্তা - March 11, 2026