May 17, 2024 শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ… Share FacebookTwitterWhatsAppTelegramKooEmail শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি। দীঘলী বালিজানত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ। মহিলাগৰাকীৰ দেহত স্পষ্ট আঘাতৰ চিন । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে পম্পীৰ স্বামী ৰাজু দে’ক। Author: দৈনন্দিন বাৰ্তা Related Articles উদীয়মান শিল্পীৰ বাবে ‘জুবিন গাৰ্গ পুঁজি’ গঠনৰ ঘোষণা ড° ৰীতা চৌধুৰীৰ দৈনন্দিন বাৰ্তা - December 14, 2025 ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025