মহিলাৰ FIH Hockey5s বিশ্বকাপ ২০২৪: ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিলে ভাৰতে….

মহিলাৰ FIH Hockey5s বিশ্বকাপ ২০২৪: ছেমি ফাইনেলৰ ৰোমাঞ্চকৰ খেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিলে ভাৰতে।


মহিলাৰ FIH Hockey5s বিশ্বকাপ খিতাপ দখলৰ বাবে নেদাৰলেণ্ড আৰু ভাৰত হ’ব মুখামুখি।

শনিবাৰে ওমানৰ মাস্কাত অনুষ্ঠিত হ’ব এই ফাইনেল খেল।

Related Articles