Breaking

অসমৰ আগশাৰীৰ অনুষ্ঠান Looms Ecoprenuer federation ৰ উদ্যোগত বিভিন্ন শিতানত নাৰী স্বাৱলম্বী বঁটা প্ৰদান…

0 104

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে অসমৰ আগশাৰীৰ অনুষ্ঠান Looms Ecoprenuer federation ৰ উদ্যোগত

Assam Handloom council WICCI ৰ সদস্য সকলে গুৱাহাটী মহানগৰীৰ Hard Rock Cafe ত নাৰী দিৱস উদযাপন

কৰাৰ লগতে বিভিন্ন শিতানত নাৰী স্বাৱলম্বী বঁটা ও প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকে India -ASEAN Business council WICCI ৰ

president ড ° অলকানন্দা দাস , Assam Handloom Council ৰ President ললিতা মধু জৈন, vice president কল্পনা তামূলী আৰু বহুতো গণ্য মান্য ব্যক্তি।

Leave A Reply