বটদ্ৰবা জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব ধঁপাত বিৰোধী সজাগতা সভা

নগাঁও জিলাৰ বটদ্ৰবা জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত বুধবাৰে বিশ্ব ধপাঁত বিৰোধী দিৱস উপলক্ষে পুৱা ছাত্ৰ ছাত্ৰীৰ শিক্ষক শিক্ষয়িত্ৰী সকলে স্কুলৰ প্ৰাংগনৰ পৰা এটা ধপাঁত বিৰোধী সজাগতা ৰেলি উলিয়াই।

ৰেলি উলিয়াই জাজৰি বাছ চেণ্ডিকেটত ৰাইজৰ সহযোগত এখন সজাগতা সভা অনুস্থিত কৰা হয়।

ধপাঁত বিৰোধী সজাগতা ৰেলি শুভাৰম্ভ কৰে জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অঞ্জলি কটকীয়ে।

Related Articles