বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ধিঙত বৃক্ষৰোপন কাৰ্যসূচী

আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ধিঙৰ অগ্ৰণী অনুস্থান আৰোগ্য কেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত আৰোগ্য যোগ কেন্দ্ৰ আৰু ধিং সাৰ্ৱজনীন পুজাবাড়ীৰ সহযোগত ধিঙৰ বহু কেইটা সামাজিক অনুস্থানত বৃক্ষ ৰোপন কাৰ্যসূচী গ্ৰহন কৰে । এই বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভনি কৰে ধিঙৰ চক্ৰ বিষয়া চন্দনা বৰুৱাই ।

Related Articles