June 16, 2024 বিশ্বত নতুন ভাইৰাছৰ আতংক… Share FacebookTwitterWhatsAppTelegramKooEmail বিশ্বত নতুন ভাইৰাছৰ আতংক। ক’ভিডৰ পাছত বিশ্বত নতুন মাৰাত্মক ৰোগৰ আতংক। আক্ৰান্ত হ’লেই ৪৮ ঘন্টাতে মানুহৰ মৃত্যু নিশ্চিত। ২৪ ঘন্টাৰ ভিতৰত শৰীৰৰ অংগ নিষ্ক্ৰিয় কৰি তুলে STSS ভাইৰাছে। শৰীৰত ঘাহ, জ্বৰ, কাহ লক্ষণ দেখিলেই সাৱধান হওঁক। Author: দৈনন্দিন বাৰ্তা Related Articles ছমৰীয়াৰ ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুখুৰীৰ মাটি বেদখলৰ চেষ্টা :: বিদ্যালয় কতৃপক্ষ, স্থানীয় ৰাইজ, শিক্ষক- শিক্ষয়িত্ৰীকে ছাত্ৰ- ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া: দৈনন্দিন বাৰ্তা - February 28, 2026 Coffee and Health Connection: কফি আৰু স্বাস্থ্যৰ অনন্য সংযোগঃ কোন দেশৰ মানুহে আটাইতকৈ বেছি কফি খায় দৈনন্দিন বাৰ্তা - February 26, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026