Breaking

যোগীঘোপাত নৃশংস হত্যাকাণ্ড, ধনৰ লোভত বন্ধুয়ে হত্যা কৰিলে বন্ধুক

0 96

যোগীঘোপাত নৃশংস হত্যাকাণ্ড! সাহিনুৰ ইছলামে হত্যা কৰিলে বন্ধু নওসাদ আলীক।


হত্যাকাৰী সাহিনুৰ ইছলামক যোগীঘোপা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।


শুক্ৰবাৰে আবেলি নতুন গাড়ী ক্ৰয় কৰিবলৈ দুই বন্ধু ওলাই গৈছিল।


শুক্ৰবাৰে পৰা সন্ধানহীন হৈ আছিল দুই বন্ধু।

শনিবাৰে বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত বৰঘোলা-কাহিবাৰী সংযোগী আই নদীৰ দলঙৰ কাষত নওসাদ আলীৰ মৃতদেহ উদ্ধাৰ হৈছিল।


হত্যাকাৰী সাহিনুৰ ইছলামে পলায়ন কৰিছিল যদিও যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।


হত্যাকাৰীৰ ফাঁচীৰ দাবীত যোগীঘোপাৰ বোৱালীমাৰীত উত্তাল প্ৰতিবাদ।


যোগীঘোপা চাপৰ সংযোগী পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ।


হত্যাকাণ্ডক লৈ যোগীঘোপাত চাঞ্চল্য অব্যাহত।


-জাহিৰুল ইছলাম, যোগীঘোপা

Leave A Reply