শিৱসাগৰত কিশোৰী অপহৰনৰ অভিযোগত আটক যুৱকক

শিৱসাগৰত কিশোৰী অপহৰনৰ অভিযোগত যুৱক আটক-

১৫ বছৰীয়া কিশোৰীক অপহৰনৰ অভিযোগ-

অভিযুক্ত যুৱকজন বেতবাৰী আলিমুৰৰ বিচিত্ৰ ৰোহী দাস(১৮)

কিশোৰী গৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত বিচিত্ৰ ৰোহী দাসক আটক

২০০/২২নং গোচৰ ভিত্তিত আই পি চি ৩৬৬ ৰ অধীনত আটক যুৱকজনক-

চেপনৰ পৰা আটক কৰে আৰক্ষীয়ে-

হায়দৰাবাদলৈ লৈ যোৱাৰ মানসেৰে অপহৰণ কৰিছিল বুলি অভিযোগ কিশোৰী গৰাকীৰ মাতৃৰ

Related Articles