October 15, 2023 নলবাৰীৰ বৰ্ণিবাৰী আৰক্ষী চকী লণ্ডভণ্ড কৰা যুৱকক আটক… Share FacebookTwitterWhatsAppTelegramKooEmail নলবাৰীৰ বৰ্ণিবাৰী আৰক্ষী চকী লণ্ডভণ্ড কৰা যুৱকক আটক। ধৃত যুৱকজন বৰ্ণিবাৰীৰ জয়ন্ত দাস। আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰি সামগ্ৰী লণ্ডভণ্ড কৰিছিল যুৱকজনে। বাইক জব্দ কৰাক লৈ যুৱকজনে সংঘটিত কৰিছিল এই কাণ্ড। Author: দৈনন্দিন বাৰ্তা Related Articles গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026 গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী দৈনন্দিন বাৰ্তা - February 24, 2026