বৰপেটাৰ দঙৰকুছিত শোকাবহ ঘটনা
বজ্ৰপাতত এগৰাকী যুৱকৰ মৃত্যু
বজ্ৰ পৰি মৃত্যু ৰিতুমণি দাসৰ
বুধবাৰে নিশা ঘৰ অভিমুখে গৈ থকাৰ পথত বজ্ৰ পৰি সংজ্ঞাহীন হৈ পৰে ২৫ বছৰীয়া যুৱকজন
যুৱকজনক ততালিকে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে

