মোবাইল ফোন চার্জত দিবলৈ গৈ যুৱকৰ মৃত্যু

নগাঁও জিলাৰ ৰূপহীহাটৰ পুৱ আমৰাকান্দাত শনিবাৰে মোবাইল ফোন চাৰ্জ দিবলৈ গৈ মৃত্যু হ’ল এজন যুৱকৰ। মৃত্যু হোৱা যুৱকজনৰ নাম।


ছাদ্দাম হুছেইন। ২৬ বছৰীয়া এই যুৱকজনে মোবাইল ফোন চার্জত লগাওঁতে মোবাইলৰ বেটাৰী ফুটি মৃত্যু হয় ছাদ্দাম হুছেইনৰ। যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Related Articles