Breaking

দলবদ্ধ আক্ৰমণ কৰি নলবাৰীত যুৱকক হত্যা ! হত্যাকাণ্ডৰ বলি বৰভাগৰ ৰাহুল দাস নামৰ এজন যুৱক…

0 79

দলবদ্ধ আক্ৰমণ কৰি নলবাৰীত যুৱকক হত্যা৷ হত্যাকাণ্ডৰ বলি বৰভাগৰ ৰাহুল দাস নামৰ এজন যুৱক ৷

যুৱকজনৰ খুৰাক পংকজ দাসৰ নেতৃত্বত আক্ৰমণৰ অভিযোগ ৷

ইতিমধ্যে পংকজ দাসসহ ৪জনক আটক কৰিছে আৰক্ষীয়ে৷ যুগুৰকুছিৰ চকলাপাৰ চুবুৰিত সংঘটিত এই ঘটনা৷

Leave A Reply