Breaking

হাটীগাঁৱস্থিত হোটেল পেৰাডাইছ ইনত যুৱকৰ ৰহস্য জনক মৃত্যু

0 82

হাটীগাঁও স্থিত হোটেল পেৰাডাইছ ইনত যুৱকৰ ৰহস্য জনক মৃত্যু।

নিশাৰ ভাগত তিনিজন যুৱক আহিছিল হোটেল খনত।

যুৱতীৰ সন্ধানত আহিছিল যুৱক তিনিজন ।

দালাল চক্ৰৰ প্ৰলোভনত যুৱতীৰ সৈতে নৈশ যাপন কৰিবলৈ আহিছিল যুৱক কেইজন।

প্ৰথমে বাৰত পাৰ্টি তাৰ পিছতেই হোটেলৰ কোঠাত চলিছিল যুৱতীৰ সৈতে পাৰ্টি ।

প্ৰতিজন যুৱকৰ লগত আছিল এগৰাকাকীকৈ যুৱতী।

নিশা হোটেলৰ 108 নম্বৰ কোঠাত মৃত্যু হোৱা যুবক জনৰ নাম ধ্ৰুৱজ্যোতি ডেকা ।

ফাইনেন্স কোম্পানীত কৰ্মৰত আছিল যুৱজন ।

Leave A Reply