Breaking

আৰক্ষীৰ জালত ইউটিউবাৰ মোস্তাফিজুৰ ৰহমান…

0 147

আৰক্ষীৰ জালত অসমৰ আটাইটকৈ ধনী ইউটিউবাৰ বুলি দাবী কৰা ইউটিউবাৰ মোস্তাফিজুৰ ৰহমান ৷ অনুমতিবিহীনভাৱে শিশুৰ ভিডিও প্ৰস্তুত কৰাৰ লগতে ভিডিঅ’ত ব্যৱহৃত বাহনৰো নাই কোনো নথিপত্ৰ ৷

বঙাইগাঁও জিলা শিশু সুৰক্ষা বিষয়াৰ এজাহাৰমৰ্মে যোগীঘোপা আৰক্ষীয়ে আটক কৰে ইউটিউবাৰগৰাকীক

Leave A Reply