Zubeen Garg: ৰাজ্যসভাৰ সদনত জুবিন গাৰ্গক ভাৰতৰত্ন দিয়াৰ দাবী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

জুবিন গাৰ্গক ‘ভাৰতৰত্ন’ প্ৰদান কৰক।(Zubeen Garg)

জুবিন গাৰ্গক ভাৰতৰত্ন দিয়াৰ দাবী অগপৰ।

ৰাজ্যসভাত এই দাবী সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ।

ৰাজ্যসভাত শূন্যকালীন ঘণ্টাত এই বিষয় উত্থাপন সাংসদ বীৰেন্দ্ৰপ্ৰসাদ বৈশ্যৰ।

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ “ভাৰত ৰত্ন” সন্মান আগবঢ়োৱাৰ দাবী।

আজি ৰাজ্যসভাৰ সদনত উত্থাপন এই বিষয়।

অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ এই দাবী।

Related Articles