জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহৰ পৰা জুবিন ক্ষেত্ৰলৈ চাইকেল ৰেলী।(Zubeen Garg birthday)
জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিন উপলক্ষে এই পদক্ষেপ একাংশ চাইকেললিষ্টৰ।
৬০ গৰাকীতকৈ অধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে এই ৰেলীত।
জুবিন ক্ষেত্ৰত গৈ তেওঁলোকে আগতীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাব প্ৰাণৰ শিল্পীগৰাকীক।
সোণাপুৰৰ পৰা পুনৰ খানাপাৰালৈ আহিব চাইকেললিষ্টসকল।

