চিআইডিৰ লকআপত প্ৰথমটো নিশা কটালে সিদ্ধাৰ্থ-শ্যামকানু।(Zubeen Garg Death Case)
CIDৰ লকআপত শ্যামকানু-সিদ্ধার্থক মাৰাথন জেৰা চলাই SITৰ।
সমগ্ৰ ঘটনাৰ ৰিক্ৰিয়েট কৰিছে SITএ।
ঘটনাৰ আগনিশা কোনে দিছিল পার্টী?
কোন কোন আছিল নৈশ পার্টীত, কোনে দিছিল য়টৰ পাৰ্টী সকলো সোধা-পোছা।
সিদ্ধাৰ্থৰ পৰা উদ্ধাৰ জুবিনৰ বহু সামগ্ৰী উদ্ধাৰ।
জুবিনৰ বেগ, নথি-পত্র, টেবলেট উদ্ধাৰ হোৱা টেবলেটসমূহ কৰিব পৰীক্ষা।
আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ‘হত্যাকাণ্ড’ৰ BNS সংযোজন।
103 BNS প্রযোজ্য 18/2025 নম্বৰৰ গোচৰটোত।
CIDয়ে গোচৰটোত নতুনকৈ সংযোজন কৰিলে এই 103 BNSটো।
পূৰ্বে একেটা গোচৰত আছিল BNSৰ 61(2), 105, 106(1) ধাৰা।
কালি চিআইডিৰ লকআপত প্ৰথমটো নিশা কটালে অভিযুক্ত সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তই।
আনহাতে কালি লকআপত পিন্ধিবলৈ শ্যামকানুক নিশা পত্নীয়ে যোগান ধৰে কাপোৰ।

