Zubeen Garg: আজি CJM আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি

আজি CJM (Zubeen Garg) আদালতত জুবিন গাৰ্গৰহত্যাৰ গোচৰৰ শুনানি।

ভাৰ্চুৱেলীহে হ’ব ৭ অভিযুক্তৰ শুনানি।

আইন-শৃংখলাজনিত কাৰণত হ’ব ভার্চুৱেল শুনানি।

CJM আদালতত ন্যায়াধীশ আৰু SITৰ ৰুদ্ধদ্বাৰ বৈঠকৰ পাছত এই সিদ্ধান্ত।

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে শুনানি গ্ৰহণ কৰিব আদালতে।

Related Articles