ৰাজ্য চৰকাৰে ৫ (Zubeen Garg Death Case)গৰাকী লোক অধিবক্তা নিয়োগ কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত।
তালিকাত অন্তৰ্ভুক্ত হৈছে অধিবক্তা জিয়াউল কামাৰ, পল্লৱ কটকীৰ নাম।
৫ অভিজ্ঞ, জ্যেষ্ঠ ক্রিমিনেল অধিবক্তা নিয়োগৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।
৯ জানুৱাৰীত কেবিনেটত তালিকাখনৰ পৰা নিৰ্বাচন হ’ব ৫ গৰাকী অধিবক্তা।
গৰিমা গাৰ্গেও মুখ্যমন্ত্ৰীক অতিৰিক্ত অধিবক্তা নিয়োগৰ বাবে জনাইছিল আবেদন।

