Zubeen Garg Death Case: জুবিন গাৰ্গ মৃত্যু গোচৰত অভিযুক্তৰ জামিন আবেদনৰ শুনানি

জুবিন গাৰ্গ মৃত্যু গোচৰত অভিযুক্তৰ জামিন আবেদন।(Zubeen Garg Death Case)

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ ৫ অভিযুক্তৰ আজি জামিন আবেদনৰ শুনানি।

আজি জিলা ও সত্র ন্যায়াধীশৰ আদালতত হ’ব জামিন আবেদনৰ শুনানি।

৫ অভিযুক্তই জামিন বিচাৰি আদালতত দাখিল কৰিছিল আবেদন।

শ্যামকানু মহন্ত, অমৃতপ্রভা মহন্ত, সন্দীপণ গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যই জামিন বিচাৰি দাখিল কৰিছিল আবেদন।

জুবিনক হত্যা কৰা গোচৰত অভিযুক্ত শ্যামকানু মহন্ত আৰু অমৃতপ্রভা মহন্তই জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতত।

Related Articles