আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি।(Zubeen Garg Death Case)
৩ অভিযুক্তৰ জামিনৰ আজি ৰায় দিব আদালতে।
অমৃতপ্রভা মহন্ত, ২ দেহৰক্ষীৰ জামিনৰ ৰায় দিব আদালতে।
দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ জামিনৰ দিব ৰায়।