জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত ৰায়।(Zubeen Garg Death Case)
আজি স্পষ্ট হ’ব স্বাভাৱিক মৃত্যু নে ষড়যন্ত্ৰমূলক হ*ত্যাকাণ্ড।
ছিংগাপুৰৰ কৰনাৰ্ছ আদালতে দিব ৰায়।
ইতিমধ্যে আদালতত সকলো পক্ষৰে গ্ৰহণ সাক্ষ্য।
ছিংগাপুৰৰ ১১ প্ৰৱাসী অসমীয়াৰো লৈছিল গ্রহণ।
জুবিনৰ পৰিয়ালৰ হৈ মনোজ বৰঠাকুৰৰ সাক্ষ্য গ্রহণ।
ৰাহুল গৌতম শৰ্মাৰো সাক্ষ্য গ্রহণ।
একেৰাহে ৩ দিন ধৰি শুনানিৰ অন্তত ৰায় দিবলৈ সাজু ছিংগাপুৰৰ কৰনাৰ্ছ ক’ৰ্ট।
ছিংগাপুৰৰ কৰনাৰ্ছ আদালতে বিয়লি প্ৰায় ৫ বজাত এই ৰায় প্ৰদান কৰিব।

