Zubeen Garg Death Case: আজি আদালতত নিৰ্ণয় হ’ব অমৃতপ্ৰভা আৰু নন্দেশ্বৰ বৰাৰ জামিনৰ শুনানিৰ ৰায়

আজি জুবিন গাৰ্গ মৃত্যু গোচৰৰ চতুৰ্থটো শুনানি ।(Zubeen Garg Death Case)

শুনানি কালত ভার্চুৱেলীয়ে অভিযুক্তক আদালতত হাজিৰৰ সম্ভাৱনা।

বাক্সাৰ নিকাচি কাৰাগাৰত আছে মুখ্য অভিযুক্ত শ্যামকানু, সিদ্ধার্থ ।

আনহাতে হাফলং উপ কাৰাগাৰত আছে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্ত ।

আজি আদালতত নিৰ্ণয় হ’ব অমৃতপ্ৰভা আৰু নন্দেশ্বৰ বৰাৰ জামিনৰ শুনানিৰ ৰায়।

Related Articles