Zubeen Garg Death Case: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ‘হ*ত্যাকাণ্ড’ ধাৰা সংযোজন

ছিংগাপুৰত হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক?(Zubeen Garg Death Case)

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ‘হত্যাকাণ্ড’ৰ BNS সংযোজন।

CID-এ সংযোজন কৰিছে হত্যাকাণ্ডৰ ধাৰা।

শ্যামকানু-সিদ্ধাৰ্থক জেৰা চলাই চাঞ্চল্যকৰ তথ্য লাভ।

নতুন তথ্য লাভৰ পাছতে হত্যাকাণ্ডৰ ধাৰা সংযোজন।

18/2025 নং গোচৰত সংযোজন BNSৰ 103 ধাৰা।

আনহাতে জুবিনৰ মৃত্যুক লৈ সৃষ্টি হৈছিল ৰহস্য।

শেহতীয়াকৈ সিদ্ধাৰ্থ-শ্যামকানুক যি জেৰা চলাইছে সেই জেৰাত হয়তো বহু চাঞ্চল্যকৰ তথ্য লাভ কৰিছে।

যাৰ বাবে BNSৰ 103 ধাৰা সংযোজনৰ কৰা হৈছে এই ঘটনাত।


Related Articles