CJM আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি সম্পন্ন।(Zubeen Garg Death case)
২২ ডিচেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য আদালতৰ।
কাৰাগাৰৰ পৰাই আদালতত ভাৰ্চুৱেলী হাজিৰ কৰোৱা হয় ৭ অভিযুক্তক।
হত্যাৰ ধাৰা সন্নিৱিষ্ট থকাৰ বাবে CJM আদালতত নহ’ব গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া।
হত্যাকাণ্ডৰ গোচৰ সন্নিৱিষ্ট থকাৰ বাবে বিচাৰ প্ৰক্ৰিয়া চলিব ছেছন আদালতত।
চাৰ্জফ্ৰেম হোৱাৰ দিনা সোঁ-শৰীৰে আদালতত হাজিৰ হ’ব লাগিব অভিযুক্তসকল।

