Zubeen Garg Death Case: জুবিন গাৰ্গৰ পোষ্টমর্টেম ৰিপ’ৰ্ট ওলাল…

জুবিন গাৰ্গৰ পোষ্টমর্টেম ৰিপ’ৰ্ট ওলাল।(Zubeen Garg Death Case)

ভাৰতীয় উচ্চায়ুক্তক প্রতিবেদন দিলে ছিংগাপুৰ আৰক্ষীয়ে।

জুবিন গাৰ্গৰ পোষ্টমর্টেম ৰিপ’ৰ্ট ভাৰতীয় উচ্চায়ুক্তক আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে।


জুবিনৰ মৃত্যুত ছিংগাপুৰ আৰক্ষীয়ে পোৱা নাই ‘ফাউল প্লে’।

ইতিমধ্যে অসম চৰকাৰলৈ প্ৰতিবেদন পঠালে উচ্চায়ুক্তই।

গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰা হ’ব এই প্ৰতিবেদন।

আনহাতে প্ৰস্তুত হৈ উঠিছে GMCHৰ জুবিনৰ মৰণোত্তৰ পৰাক্ষাৰ প্ৰতিবেদনো।

১৯ ছেপ্টেম্বৰত মৃত্যুৰ পিছত অটপ্সি কৰা হৈছিল ছিংগাপুৰত।

Related Articles