Zubeen Garg Death Case: পানীত ডুবিয়েই মৃত্যু হৈছিল জুবিন গাৰ্গৰ

ছিংগাপুৰৰ আদালতত শুনানিৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য।(Zubeen Garg Death Case)

পানীত ডুবিয়েই মৃত্যু হৈছিল জুবিন গাৰ্গৰ।

ছিংগাপুৰৰ আদালতত শুনানিৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য।

পানীত নমাৰ পূৰ্বে জুবিন গার্গে লাইফ জেকেট পৰিধান নকৰাৰ তথ্য উল্লেখ।

সাগৰত সাঁতোৰাৰ পূৰ্বে য়টত হৈছিল সুৰাৰ পাৰ্টি।

কৰ’নাৰ্ছ ক’ৰ্টৰ শুনানিৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য উল্লেখ তদন্তকাৰী বিষয়াৰ।

চিকিৎসালয়ৰ পৰা ৬ কিঃমিঃ দূৰত সংঘটিত হৈছিল এই ঘটনা।

Related Articles